ধনৰ খক ‌! আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

-ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী -মঙলদৈত হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে -ধৰা পৰিল দৰং জিলা সমবায় সমিতি সমূহৰ ভাৰপ্ৰাপ্ত উপ পঞ্জীয়ক পৰেশ কুমাৰ চাহু -দুৰ্নীতি নিৰিক্ষক আৰু নিবাৰক শাখাৰ অভিযানত ধৰা পৰে কৰ্মচাৰীগৰাকী  -৮,০০০ টকা লৈ হাতে লোতে ধৰা পৰে পঞ্জীয়ক গৰাকী -দুগৰাকী মহিলাৰ

-ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী

-মঙলদৈত হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে

-ধৰা পৰিল দৰং জিলা সমবায় সমিতি সমূহৰ ভাৰপ্ৰাপ্ত উপ পঞ্জীয়ক পৰেশ কুমাৰ চাহু

-দুৰ্নীতি নিৰিক্ষক আৰু নিবাৰক শাখাৰ অভিযানত ধৰা পৰে কৰ্মচাৰীগৰাকী

 -৮,০০০ টকা লৈ হাতে লোতে ধৰা পৰে পঞ্জীয়ক গৰাকী

-দুগৰাকী মহিলাৰ পৰা সমবায় সমিতি পঞ্জীয়ন কৰাৰ নামত বিচাৰিছিল নগদ ১০,০০০ টকা

শেহতীয়া প্ৰৱন্ধসমূহ