USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ

USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ

-USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ -অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪৩ গৰাকী ছাত-ছাত্ৰী লৈ গৈছে USTM কৰ্তৃপক্ষই -মেডিকেল ছীট আৰু CBSEৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰাইছিল -২.৫ লাখ টকা পৰ্যন্ত ফীজ লোৱা হৈছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা -পৰীক্ষাৰ সময়ত

-USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ

-অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪৩ গৰাকী ছাত-ছাত্ৰী লৈ গৈছে USTM কৰ্তৃপক্ষই

-মেডিকেল ছীট আৰু CBSEৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰাইছিল

-২.৫ লাখ টকা পৰ্যন্ত ফীজ লোৱা হৈছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা

-পৰীক্ষাৰ সময়ত বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হ’ল ছাত্ৰ-ছাত্ৰীসকলক

-এই ছাত্ৰ-ছাত্ৰীসকলক নকলৰ প্ৰলোভন দিলে কৰ্তৃপক্ষই

-লগতে ক’লে পৰীক্ষাত সহায় কৰি দিব শিক্ষকে

-কিন্তু চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ বাবে নকল কৰিব নোৱিৰলে ছাত্ৰ-ছাত্ৰীসকলে

-USTMৰ কথা মতে সহায় কৰিব নোৱৰিলে শিক্ষকে

-ইয়াৰ পিছতে ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ দিয়ে

-মহবুবুল হকৰ ৱাটছাপ মেচেজৰো তথ্য লাভ কৰিছে চৰকাৰে

-এডমিট কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যৰ লগত জড়িত মহবুবুল হক

-প্ৰমাণ পোৱাৰ পিছতেহে গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক

-এই সমগ্ৰ ঘটনাৰ লগত মেডিকেলত ছীট পোৱাৰ ঘটনাও জড়িত হৈ আছে

-মহবুবুল হকৰ এই ঘটনাই শিক্ষাখণ্ডত চলি থকা জালিয়াতিক উদঙাই দিছে

-DGP-এ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মহবুবুল হকৰ বিৰুদ্ধে চলাব তদন্ত

-USTM এটা ভুৱা প্ৰতিষ্ঠান

-অসমৰ একাংশ বুদ্ধিজিৱীক ডক্টৰেট দি USTM-এ প্ৰলোভিত কৰি আহিছিল

-OBC নোহোৱাকৈ OBC প্ৰমাণ পত্ৰ উলিয়াইছিল মহবুবুল হকে

-ইয়ে প্ৰমাণ কৰে মহববুল হক এজন প্ৰৱঞ্চক

-পলমকৈ হলেও মহবুবুল হকৰ জালিয়াতি পোহৰলৈ আহিছে

-চৰকাৰে ইয়াক গভীৰতালৈ তদন্ত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ