খচৰা ভোটাৰ তালিকাত চুড়ান্ত বিসংগতি ;  ভোটাৰ তালিকাৰ পৰা নোহোৱা হ’ল বিধায়কৰ নাম

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল বিধায়কৰ নাম। শ্রীভূমিত ভোটাৰ তালিকাত চুড়ান্ত বিসংগতি। ভোটাৰ তালিকাত নাম নাই বিধায়ক ছিদ্দেক আহমেদৰ। এইবাৰৰ পঞ্চায়ত ভোটাৰ তালিকাত নাম নাই প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দেক আহমদৰ। ভোটাৰ তালিকা লৈ ক্ষোভ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰ। ভোটাৰ

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল বিধায়কৰ নাম। শ্রীভূমিত ভোটাৰ তালিকাত চুড়ান্ত বিসংগতি। ভোটাৰ তালিকাত নাম নাই বিধায়ক ছিদ্দেক আহমেদৰ।

এইবাৰৰ পঞ্চায়ত ভোটাৰ তালিকাত নাম নাই প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দেক আহমদৰ। ভোটাৰ তালিকা লৈ ক্ষোভ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰ।

ভোটাৰ তালিকাৰ বিসংগতিক লৈ আন্দোলন কৰাৰো হুংকাৰ বিধায়ক গৰাকীৰ। কেৱল বিধায়ক গৰাকীয়েই নহয় ভোটাৰ তালিকাৰ পৰা বাদ পৰিল জিলাখনৰ অজস্ৰ লোকৰ নাম।  

শেহতীয়া প্ৰৱন্ধসমূহ