ADRE পৰীক্ষাৰ্থী লৈ আহি গ’ল ডাঙৰ খবৰ; ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ADRE পৰীক্ষাৰ্থী আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ্থীক লৈ আহি গ’ল এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমভাগতে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ত ৰাজ্যত ৩০ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সাজু

ADRE পৰীক্ষাৰ্থী আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ্থীক লৈ আহি গ’ল এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ডাঙৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমভাগতে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ত ৰাজ্যত ৩০ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।তেওঁ লগতে মন্তব্য কৰে যে কথা মতেই কাম কৰিব ৰাজ্য চৰকাৰে।