পাৰ্থ সাৰথি মহন্ত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত…

-অসম আৰক্ষীৰ মহাপৰিদৰ্শক পৰ্যায়ত ব্যাপক সাল-সলনি -পাৰ্থ সাৰথি মহন্তক গুৱাহাটী মহানগৰৰ নতুন আৰক্ষী আয়ুক্ত নিযুক্ত -পূৰ্বৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক SBৰ IGP হিচাপে বদলি -লাচিত বৰফুকন পুলিচ একাডেমীৰো অতিৰিক্ত দায়িত্বত থাকিব দিগন্ত বৰা -লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিগম লিমিটেডৰ MD হিচাপে বদলি -প্ৰশান্ত কুমাৰ

-অসম আৰক্ষীৰ মহাপৰিদৰ্শক পৰ্যায়ত ব্যাপক সাল-সলনি

-পাৰ্থ সাৰথি মহন্তক গুৱাহাটী মহানগৰৰ নতুন আৰক্ষী আয়ুক্ত নিযুক্ত

-পূৰ্বৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক SBৰ IGP হিচাপে বদলি

-লাচিত বৰফুকন পুলিচ একাডেমীৰো অতিৰিক্ত দায়িত্বত থাকিব দিগন্ত বৰা

-লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিগম লিমিটেডৰ MD হিচাপে বদলি

-প্ৰশান্ত কুমাৰ ভূঞাক আৰক্ষী প্ৰশাসনৰ IGP হিচাপে বদলি

-বিবেকৰাজ সিঙক T&APৰ IGP হিচাপে বদলি

-BTADৰ IGPৰ অতিৰিক্ত দায়িত্বতো থাকিব বিবেকৰাজ সিং

-অখিলেশ কুমাৰ সিঙক অসম আৰক্ষীৰ LAW AND ORDERৰ IGP হিচাপে বদলি