অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’ব অৰুণোদয় হিতাধিকাৰী। ১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা
। অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন। অৰুণোদয় কোনে কোনে পাব?অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব।তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ’ব।অৰুণোদয় আঁচনিত বিধবা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব। বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ’ব। যি পৰিয়ালত দিব্যাঙ্গ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ’ব। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালছিক, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ’ব। বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ’ব অগ্ৰাধিকাৰ। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ’ব অগ্ৰাধিকাৰ। এইবাৰ বাদ পৰিব বহু মহিলাৰ নাম। মন্ত্ৰী-বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ পৰিয়ালে নাপাই এই সুবিধা
গাঁৱে গাঁৱে প্ৰস্তুত হৈছে তালিকা; কোনে কোনে নতুনকৈ পাব অৰুণোদয়, কোন হ’ব বঞ্চিত?
অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’ব অৰুণোদয় হিতাধিকাৰী। ১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা। অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন। অৰুণোদয় কোনে কোনে পাব?অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব।তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে
- Tags: অৰুণোদয়, চৰকাৰ, হিতাধিকাৰী
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





