দাউ দাউ কৈ জ্বলি উঠিল ঘৰ; শোৱাপাটীতে জ্বলি ছাই হ’ল এটা পৰিয়াল

গাজিয়াবাদ লোনিৰ কাঞ্চন পাৰ্ক কলনিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। এটা ঘৰত জুই লগাৰ ফলত তিনিটা শিশু সহ এগৰাকী মহিলাৰ মৃত্যু হৈছে। ঘৰটো এটা ঠেক গলিত আছিল যাৰ বাবে অগ্নিনিৰ্বাপকৰ বাহন যাব পৰা নাছিল। তিনি সন্তানৰ সৈতে মাতৃয়ে বাস কৰিছিল ঘৰটোত। নিশা জুইৰ ফলত শ্বাসৰুদ্ধ

গাজিয়াবাদ লোনিৰ কাঞ্চন পাৰ্ক কলনিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। এটা ঘৰত জুই লগাৰ ফলত তিনিটা শিশু সহ এগৰাকী মহিলাৰ মৃত্যু হৈছে।

ঘৰটো এটা ঠেক গলিত আছিল যাৰ বাবে অগ্নিনিৰ্বাপকৰ বাহন যাব পৰা নাছিল। তিনি সন্তানৰ সৈতে মাতৃয়ে বাস কৰিছিল ঘৰটোত।

নিশা জুইৰ ফলত শ্বাসৰুদ্ধ হৈ ৪ জনৰে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।   

শেহতীয়া প্ৰৱন্ধসমূহ