সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !

সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !

সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা -সোণাপুৰৰ হাতীমূৰাতেই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য ! -শেষকৃত্য অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনৰ যুদ্ধকালীন প্ৰস্তুতি -নিৰ্ধাৰণ কৰা স্থানত উপস্থিত হৈছে জিলা আয়ুক্ত -এই পৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই জিলা প্ৰশাসনে -৫টাকৈ স্থানৰ প্ৰস্তাৱ

সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা

-সোণাপুৰৰ হাতীমূৰাতেই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য !

-শেষকৃত্য অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনৰ যুদ্ধকালীন প্ৰস্তুতি

-নিৰ্ধাৰণ কৰা স্থানত উপস্থিত হৈছে জিলা আয়ুক্ত

-এই পৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই জিলা প্ৰশাসনে

-৫টাকৈ স্থানৰ প্ৰস্তাৱ প্ৰিয় শিল্পীগৰাকীৰ পৰিয়ালক আগবঢ়াইছে চৰকাৰে

-পৰিয়ালৰ সন্মতিতে কেবিনেট বৈঠকে চূ়ড়ান্ত কৰিব স্থান

-খন্তেক পিছতেই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হ’ব আপোন শিল্পীগৰাকীৰ নশ্বৰ  দেহ

-জুবিনক এবাৰ চাবলৈ কাহিলীপাৰাত লাখ লাখ লোকৰ ভিৰ

-মায়াবিনী গাই লাখ লাখ লোকে জনাইছে শ্ৰদ্ধাঞ্জলি

-কাহিলীপাৰাৰ পিছতেই সৰুসজালৈ লৈ যোৱা হব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ

লগতে পঢ়ক : গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

শেহতীয়া প্ৰৱন্ধসমূহ