গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

গুৱাহাটী পালেহি মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ… -বৰঝাৰ বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ -এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হ’ল জুবিনৰ নশ্বৰ দেহ -হাতত গামোচা লৈ নিথৰ জুবিনক আদৰিবলৈ বিমান বন্দৰত প্ৰৱেশ গৰিমা শইকীয়া গাৰ্গ -জুবিনৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগে

গুৱাহাটী পালেহি মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

-বৰঝাৰ বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ

-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হ’ল জুবিনৰ নশ্বৰ দেহ

-হাতত গামোচা লৈ নিথৰ জুবিনক আদৰিবলৈ বিমান বন্দৰত প্ৰৱেশ গৰিমা শইকীয়া গাৰ্গ

-জুবিনৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে জনতা

-জনসমুদ্ৰত পৰিণত বৰঝাৰ বিমান বন্দৰ

-বৰঝাৰ বিমানৰ বন্দৰৰ পৰা সৰুসজাইলৈকে জনতাৰ ভিৰ

-পথৰ দুয়োকাষে লাখ লাখ লোক

-বিমানবন্দৰৰ পৰা নিয়া হব কাহিলীপাৰাস্থিত বাসগৃহলৈ

লগতে পঢ়ক : আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…

শেহতীয়া প্ৰৱন্ধসমূহ