গাৰ্গ

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ… ছিংগাপুৰত অনুস্থিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তাৰ মাজতে জানিব পৰা মতে শনিবাৰে ছিংগাপুৰৰ পৰা অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। এয়াৰ এম্বুলেন্সেৰে কাইলৈ লৈ অনা হ’ব

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

ছিংগাপুৰত অনুস্থিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তাৰ মাজতে জানিব পৰা মতে শনিবাৰে ছিংগাপুৰৰ পৰা অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

এয়াৰ এম্বুলেন্সেৰে কাইলৈ লৈ অনা হ’ব জুবিনৰ নশ্বৰ দেহ। সন্ধিয়া ৮ বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

লগতে পঢ়ক: ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট…

শেহতীয়া প্ৰৱন্ধসমূহ