ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচ ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। পাৰ্থ টেষ্টত জয় অৰ্জন কৰা টীম ইণ্ডিয়াই এডিলেইডন অনুষ্ঠিত হ’বলগীয়া পিংক বল টেষ্টত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। পাৰ্থ জয় কৰাৰ পিছতে দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ’বলৈ এডিলেইডত উপস্থিত হৈছে টিম ইণ্ডিয়া।
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট ব্যক্তিগত কাৰণত খেলিব নোৱাৰা অধিনায়ক ৰোহিত শৰ্মা ঘূৰি আহিছে টীম ইণ্ডিয়াৰ ১১ স্কোৱাডত। আনহাতে প্ৰথমখন মেচত ৰোহিতৰ সলনি টি ম ইণ্ডিয়াৰ হৈ অপেনিং কৰিছিল যশস্বী জয়ছৱালে আৰু কে এল ৰাহুলে। এতিয়া ৰোহিত শৰ্মা ঘূৰি অহাৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এডিলেইড টেষ্টত ৰোহিত শৰ্মাৰ বেটিং অৰ্ডাৰত। কিয়নো কোনে অপেনিং কৰিব, কোন আহিব ৩ নম্বৰত সেই বিষয়ে বৰ্তমানেও কোনো তথ্য প্ৰকাশ কৰা নাই ক্ৰিকেট বৰ্ডৰ তৰফৰ পৰা।
পিংক বল টেষ্টত টিম ইণ্ডিয়াৰ হৈ কোনে অপেনিং কৰিব, কি সিদ্ধান্ত ল’ব অধিনায়ক ৰোহিত শৰ্মাই ?
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচ ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। পাৰ্থ টেষ্টত জয় অৰ্জন কৰা টীম ইণ্ডিয়াই এডিলেইডন অনুষ্ঠিত হ’বলগীয়া পিংক বল টেষ্টত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। পাৰ্থ জয় কৰাৰ পিছতে দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ’বলৈ এডিলেইডত
- Tags: ক্ৰিকেট, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী, ৰোহিত শৰ্মা
শেহতীয়া প্ৰৱন্ধসমূহ

Breaking News
“আমাৰ হাতত ব্লেড থাকিব আৰু আপোনালোকৰ ডিঙি”; ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীক মৃত্যুৰ ভাবুকি
অধিক পঢ়ক »
Time8
July 19, 2026
শেহতীয়া প্ৰৱন্ধসমূহ

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026

তৃণমূল এৰি বিজেপিলৈ যোৱাৰ ডাঙৰ উপহাৰ! ২৪ ঘণ্টা নৌহওঁতেই ৩ নেতাক ৰাজ্যসভাৰ টিকট
Time8
July 10, 2026
Your Ad Here




