USTM আৰু মহবুবুল হকক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

‘মহবুবুল হক ডাঙৰ প্ৰৱঞ্চক’… USTM আৰু মহবুবুল হকক লৈ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

-USTM আৰু মহবুবুল হকক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ -সকলো নজৰত আছে, তদন্ত হ’ব -USTM-এ কেনেকৈ চলাইছে শিক্ষা ব্যৱস্থা ? -কি কি কেলংকাৰী আছে USTMৰ ? -মহবুবুল হকে কি কি জালিয়াতি কৰিছে ? -‘বহুদিনৰ পৰা লক্ষ্য কৰি আছিলো অসমৰ এটা ডাঙৰ চক্ৰক’

-USTM আৰু মহবুবুল হকক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

-সকলো নজৰত আছে, তদন্ত হ’ব

-USTM-এ কেনেকৈ চলাইছে শিক্ষা ব্যৱস্থা ?

-কি কি কেলংকাৰী আছে USTMৰ ?

-মহবুবুল হকে কি কি জালিয়াতি কৰিছে ?

-‘বহুদিনৰ পৰা লক্ষ্য কৰি আছিলো অসমৰ এটা ডাঙৰ চক্ৰক’

-‘মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSEৰ পৰীক্ষাৰ আগত বদলি কৰি দিয়া হয় চেন্টাৰ’

-‘ছাত্ৰ-ছাত্ৰীসকলৰ চেন্টাৰ সলনি কৰি কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়’

-‘গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ সৈতে ধনৰ লেনদেন’

-‘CBSE পৰীক্ষাত ৩০ নম্বৰ বেছিকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ছাত্ৰ-ছাত্ৰীসকলক’

-‘অসৎ উপায়েৰে পাছ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ যোৱা হৈছিল বৰাকৰ পাঠাৰকান্দিলৈ’

-‘কিন্তু তাত সেই সুবিধা নাপালে কাৰণে ছাত্ৰ-ছাত্ৰীয়ে হুলস্থূল কৰিলে’

-‘এইটো কেৱল CBSEতেই সীমাবদ্ধ নাথাকে’

-বিভিন্ন এনট্ৰেনছ, মেডিকেল পৰীক্ষা আদিতো একেই জালিয়াতি কৰে

-মহবুবুল হক এজন ডাঙৰ প্ৰৱঞ্চক

-বুদ্ধিজীৱিক হাত কৰি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা কৰি আহিছিল হকে

-লাহে লাহে সকলোবোৰ ধৰা পৰিব প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

-অসমত শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰিত কৰিবলৈ দিয়া নহব

-PHD ডিগ্ৰী কেনেদৰে দিয়া হৈছে তাৰো হব তদন্ত

শেহতীয়া প্ৰৱন্ধসমূহ