শেখৰজ্যোতি

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী;  বাসগৃহত CID ৰ অভিযান

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী অৱশেষত গ্ৰেপ্তাৰ হ’ল ছিংগাপুৰত জুবিনৰ লগত থকা শেখৰজ্যোতি গোস্বামী।CID ৰ এটা দলে শেখৰজ্যোতি গোস্বামীক বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ ধীৰেনপাৰা স্থিত বাসগৃহটোত SIT এ অভিযান চলাইছিল। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক। লগতে পঢ়ক:

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী

অৱশেষত গ্ৰেপ্তাৰ হ’ল ছিংগাপুৰত জুবিনৰ লগত থকা শেখৰজ্যোতি গোস্বামী।CID ৰ এটা দলে শেখৰজ্যোতি গোস্বামীক বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে তেওঁৰ ধীৰেনপাৰা স্থিত বাসগৃহটোত SIT এ অভিযান চলাইছিল। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক।    

লগতে পঢ়ক: ‘ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি’… মুখ্যমন্ত্ৰীৰ মন্তব্য