ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ -সমাজ অধ্যয়নৰ প্ৰশ্নকাকতত দিয়া হব অতিৰিক্ত নম্বৰ -ছেবাৰ সৈতে ইতিমধ্যে আলোচনা চৰকাৰৰ -সমাজ অধ্যয়নৰ প্ৰশ্নকাকত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে -ইয়াৰ পিছতেই চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত -প্ৰতিগৰাকী পৰিক্ষাৰ্থীকে সমাজ অধ্যয়ন বিষয়ত দিয়া হব অতিৰিক্ত

-ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-সমাজ অধ্যয়নৰ প্ৰশ্নকাকতত দিয়া হব অতিৰিক্ত নম্বৰ

-ছেবাৰ সৈতে ইতিমধ্যে আলোচনা চৰকাৰৰ

-সমাজ অধ্যয়নৰ প্ৰশ্নকাকত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে

-ইয়াৰ পিছতেই চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত

-প্ৰতিগৰাকী পৰিক্ষাৰ্থীকে সমাজ অধ্যয়ন বিষয়ত দিয়া হব অতিৰিক্ত নম্বৰ

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ