সাৱধান; পৃথিৱীৰ দিশে আহি আছে দুটাকৈ বৃহৎ ধুমকেতু

নতুন বছৰৰ আৰম্ভণিতে হ’ব দুটাকৈ পৰিঘটনা। পৃথিৱীৰ দিশে আহি আছে দুটাকৈ বৃহৎ ধুমকেতু । বৃহৎ উৰাজাহাজৰ সমান এই ধুমকেতু দুটা।NASAৰ তৰফৰ পৰা জনোৱা হৈছে এই খবৰ। এই ধুমকেতু দুটাৰ দৈৰ্ঘ্য প্ৰায় ৭৮ ফুট। NASAৰ সময় অনুসৰি কাইলৈ ২.৫৩ বজাত পৃথিৱীৰ কাষেৰে পাৰ হ’ব এটা ধুমকেতু।

নতুন বছৰৰ আৰম্ভণিতে হ’ব দুটাকৈ পৰিঘটনা। পৃথিৱীৰ দিশে আহি আছে দুটাকৈ বৃহৎ ধুমকেতু । বৃহৎ উৰাজাহাজৰ সমান এই ধুমকেতু দুটা।NASAৰ তৰফৰ পৰা জনোৱা হৈছে এই খবৰ।

এই ধুমকেতু দুটাৰ দৈৰ্ঘ্য প্ৰায় ৭৮ ফুট। NASAৰ সময় অনুসৰি কাইলৈ ২.৫৩ বজাত পৃথিৱীৰ কাষেৰে পাৰ হ’ব এটা ধুমকেতু। প্ৰতিঘন্টাত ৩০ হাজাৰ ৩৬৭ মাইল বেগত আহিব এই ধুমকেতুটো।

আনটো ধুমকেতুৰ দৈৰ্ঘ্য হৈছে প্ৰায় ৭৬ ফুট।  প্ৰতিঘন্টাত ৪৬ হাজাৰ ৩৩৮ মাইল বেগত পাৰ হৈ যাব এই ধুমকেতুটো। ২০২৫ বৰ্ষৰ প্ৰথমটো সপ্তাহতে এই বৃহৎ ঘটনা। অৱশ্যে এই ধুমকেতুৰ দ্বাৰা কোনো বিঘিনি নহয় বুলি NASAৰ তৰফৰ পৰা জনোৱা হৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ