পৌৰনিগমৰ কৰ্মচাৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ; কৰা হ’ব চাকৰি নিয়মীয়াকৰণ

১০৪৬গৰাকী পৌৰনিগমৰ কৰ্মচাৰীৰ বাবে কেবিনেটে আনিছে ভাল খবৰ। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ পূৰ্বৰ ৭১ খন পৌৰসভাৰ ১০৪৬ গৰাকী চাকৰি নিয়মীয়াকৰণ কৰা হ’ব। বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে ডাঙৰ ঘোষণা। দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াৰণৰ বাবে দাবী উত্থাপন হৈ আছিল। অৱশেষত পৌৰনিগমৰ বিধি অনুযায়ী এই নিয়মীয়াকৰণত

১০৪৬গৰাকী পৌৰনিগমৰ কৰ্মচাৰীৰ বাবে কেবিনেটে আনিছে ভাল খবৰ। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ পূৰ্বৰ ৭১ খন পৌৰসভাৰ ১০৪৬ গৰাকী চাকৰি নিয়মীয়াকৰণ কৰা হ’ব। বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে ডাঙৰ ঘোষণা।

দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াৰণৰ বাবে দাবী উত্থাপন হৈ আছিল। অৱশেষত পৌৰনিগমৰ বিধি অনুযায়ী এই নিয়মীয়াকৰণত অনুমোদন জনালে কেবিনেটে।

৪ ছেপ্তেম্বৰ ২০১৩ৰ আগত যোগদান কৰা সকলো কৰ্মচাৰীৰ নিয়মীয়াকৰণ হ’ব চাকৰি। আন চৰকাৰী চাকৰিয়ালৰ দৰেই সুবিধা লাভ কৰিব এইসকসল কৰ্মচাৰীয়ে