গ্ৰেপ্তাৰৰ ১২ ঘণ্টা নৌহওতেই আল্লু অৰ্জুনক জামিন

আল্লু অৰ্জুনৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ। গ্ৰেপ্তাৰৰ ১২ ঘণ্টা নৌহওতেই আল্লু অৰ্জুনক নে লাভ কৰিলে জামিন। তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তৱৰ্তীকালীন জামিন । তেলেংগানা উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিলে শুনানি উল্লেখ্য যে সান্ধ্য থিয়েটাৰৰ পদবিষ্টৰ ঘটনাক লৈ প্ৰেপ্তাৰ কৰিছিল আল্লু অৰ্জুনক।


আল্লু অৰ্জুনৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ। গ্ৰেপ্তাৰৰ ১২ ঘণ্টা নৌহওতেই আল্লু অৰ্জুনক নে লাভ কৰিলে জামিন। তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তৱৰ্তীকালীন জামিন ।

তেলেংগানা উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিলে শুনানি উল্লেখ্য যে সান্ধ্য থিয়েটাৰৰ পদবিষ্টৰ ঘটনাক লৈ প্ৰেপ্তাৰ কৰিছিল আল্লু অৰ্জুনক।

অভিনেতা গৰাকীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। ইয়াৰ পিছতে জামিনৰ বাবে আবেদন কৰিছিল অভিনেতাগৰাকীয়ে । আৰু অৱেশষত তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

শেহতীয়া প্ৰৱন্ধসমূহ