এনচিআৰটি এ সলনি কৰিলে পাঠ্যপুথিৰ নাম;  নতুন নামক লৈ আৰম্ভ হৈছে প্ৰতিবাদ

এনচিইআৰটিয়ে হিন্দী ভাষাত বিভিন্ন শ্ৰেণীৰ বাবে নতুন কিতাপৰ শিৰোনাম দিছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নাম ‘মৃদংগ’ ৰখা হৈছে। তৃতীয় শ্ৰেণীৰ গ্ৰন্থখনৰ নাম ‘সন্তুৰ’ ৰাখিছে।যিটো কাশ্মীৰীৰ লোক বাদ্যযন্ত্ৰ হয়। ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ নাম ‘হানীচকল’ৰ পৰিৱৰ্তে ‘পুৰ্বী’ (পুৰ্বী, এটা ৰাগৰ নাম) কৰা হ’ল। তামিলনাডুত

এনচিইআৰটিয়ে হিন্দী ভাষাত বিভিন্ন শ্ৰেণীৰ বাবে নতুন কিতাপৰ শিৰোনাম দিছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নাম ‘মৃদংগ’ ৰখা হৈছে।

তৃতীয় শ্ৰেণীৰ গ্ৰন্থখনৰ নাম ‘সন্তুৰ’ ৰাখিছে।যিটো কাশ্মীৰীৰ লোক বাদ্যযন্ত্ৰ হয়। ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ নাম ‘হানীচকল’ৰ পৰিৱৰ্তে ‘পুৰ্বী’ (পুৰ্বী, এটা ৰাগৰ নাম) কৰা হ’ল।

তামিলনাডুত তিনিভাষিক নীতি আৰু মহাৰাষ্ট্ৰত পঞ্চম শ্ৰেণীলৈকে হিন্দীক তৃতীয় বাধ্যতামূলক ভাষা হিচাপে ঘোষণা কৰাক লৈ বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই এনচিইআৰটিৰ কিতাপ সন্দৰ্ভত নতুন বিতৰ্ক আৰম্ভ হৈছে।

কেইবাখনো ৰাজ্যত এনচিইআৰটিৰ কিতাপৰ নাম হিন্দী আৰু ইংৰাজী মাধ্যমৰ বাবে একেই ৰখাৰ বাবে প্ৰতিবাদ আৰম্ভ কৰিছে।

বিশেষকৈ কেৰালা আৰু তামিলনাডুত ‘হিন্দী জাপি দিয়া’ আৰু ইয়াক ভাষিক বৈচিত্ৰ্যৰ ওপৰত আক্ৰমণ বুলি কোৱা হৈছে।

দৰাচলতে, ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে শেহতীয়াকৈ ইংৰাজী মাধ্যমৰ পাঠ্যপুথিক হিন্দী শিৰোনাম দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

এই পদক্ষেপক ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক ২০২৩ ৰ অধীনত ৰূপায়ণ কৰা হৈছে, কিন্তু কিছু ৰাজ্যত এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে।

এনচিইআৰটিয়ে বিভিন্ন শ্ৰেণীৰ বাবে নতুন কিতাপৰ শিৰোনাম হিন্দী ভাষাত দিছিল। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নাম ‘মৃদংগ’ ৰখা হৈছে। তৃতীয় শ্ৰেণীৰ গ্ৰন্থখনৰ নাম ‘সন্তুৰ’ ৰাখিছে।

ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ নাম ‘হানীচকল’ৰ পৰিৱৰ্তে ‘পুৰ্বী’ কৰিছে। সপ্তম শ্ৰেণীৰ ইংৰাজী গ্ৰন্থখন পুৰ্বী’ নামেৰে প্ৰকাশ কৰা হৈছে।

য’ত কাশ্মীৰ, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ, গুজৰাট, গোৱা, চেন্নাই, তামিলনাডুকে ধৰি বহু ৰাজ্যৰ পৰা উদাহৰণ লোৱা হৈছে।ইয়াৰ উপৰিও গণিত গ্ৰন্থখনক ‘গণিত প্ৰকাশ’ নামেৰে নামাকৰণ কৰাৰো বিৰোধিতাও দেখা গৈছে

শেহতীয়া প্ৰৱন্ধসমূহ