‘হে আল্ল আমাক ৰক্ষা কৰক, আমি দোষী হয়…’; সংসদতে উচুপি উঠিল পাকিস্তানৰ সাংসদ তাহিৰ ইকবাল

ভাৰতে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ৭ তাৰিখে লৈছে যদিও অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই। ইয়াৰ প্ৰতিশোধত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হৈছে। লগতে, ভাৰতৰ এই আক্ৰমণত ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামো ধ্বংস হৈছে।যাৰ বাবে

ভাৰতে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ৭ তাৰিখে লৈছে যদিও অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই।

ইয়াৰ প্ৰতিশোধত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হৈছে।

লগতে, ভাৰতৰ এই আক্ৰমণত ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামো ধ্বংস হৈছে।যাৰ বাবে সমগ্ৰ পাকিস্তানত আতংকৰ সৃষ্টি হৈছে আৰু ইয়াৰ উদাহৰণ পাকিস্তানৰ সংসদতো দেখা গৈছিল।

দৰাচলতে সংসদত বিতৰ্কৰ সময়ত সাংসদ তথা প্ৰাক্তন পাকিস্তানী মেজৰ তাহিৰ ইকবালে কান্দিবলৈ ধৰিলে।কান্দি কান্দি সাংসদ ইকবালে ক’লে যে আমি প্ৰাৰ্থনা কৰিছো যে ‘আল্লাহে আমাক ৰক্ষা কৰক।

ভাৰতৰ ওচৰত আমি নিৰুপাই’। সাংসদ তাহিৰ ইকবালৰ কান্দোনৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত ভাৰতে কৰা আক্ৰমণৰ আতংকিত হৈ পৰিছে সমগ্ৰ পাকিস্তান।