অপেক্ষাৰ অন্ত; পঞ্চায়ত নিৰ্বাচনক লৈ সেউজ সংকেত উচ্চ ন্যায়ালয়ৰ

বহু জল্পনা কল্পনাৰ অন্ত । ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰে দিলে অনুমতি। শ্ৰীভূমি জিলাৰ ৯ খন পঞ্চায়তক বাদ দি পাতিব পাৰিব নিৰ্বাচন। দীৰ্ঘদিন ধৰি ন্যায়ালয়ত বন্দি হৈ আছিল ৰায়ৰ শুনানি। অৱশেষত চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিলে গুৱাহাটী

বহু জল্পনা কল্পনাৰ অন্ত । ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰে দিলে অনুমতি। শ্ৰীভূমি জিলাৰ ৯ খন পঞ্চায়তক বাদ দি পাতিব পাৰিব নিৰ্বাচন।

দীৰ্ঘদিন ধৰি ন্যায়ালয়ত বন্দি হৈ আছিল ৰায়ৰ শুনানি। অৱশেষত চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। যিকোনো মুহূৰ্তত ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন।

শেহতীয়া প্ৰৱন্ধসমূহ