দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা -আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য -২০২৫ চনৰ মোড অৱ দ্যা নেশ্যনৰ সমীক্ষা -ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান ড০ হিমন্ত বিশ্ব শৰ্মাক -অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম অসমৰ মুখ্যমন্ত্ৰীৰ -ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত

-দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য

-২০২৫ চনৰ মোড অৱ দ্যা নেশ্যনৰ সমীক্ষা

-ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান ড০ হিমন্ত বিশ্ব শৰ্মাক

-অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম অসমৰ মুখ্যমন্ত্ৰীৰ

-ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত নেতা হিচাপে চিহ্নিত মুখ্যমন্ত্ৰী

-ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে অমসৰ মুখ্যমন্ত্ৰীৰ

-৫৫.৪% ৰেটিঙৰ সৈতে অতিক্ৰম কৰিছে কেইবাজনো সমকক্ষক

-ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে

-যোৱা ২ বছৰত পূৰ্বতকৈ ৬% ৰেটিং বাঢ়িছে মুখ্যমন্ত্ৰীৰ

-বিগত ৩ বছৰত অসমে আন্তঃ গাঠনি, স্বাস্থ্য সেৱা, শিক্ষা, আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত লাভ কৰিছে অগ্ৰগতি

-এডভান্টেজ আসাম ২.০ৰ পূৰ্বে এই খবৰ ইতিবাচক

-বিনিয়োগৰ গন্তব্যস্থান হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বাৰ্তা হিচাপে গ্ৰহণ কৰিছে

শেহতীয়া প্ৰৱন্ধসমূহ