ভোগালী বিহুক লৈ আহি গ’ল SOP; বিক্রী কৰিব নোৱাৰিব ভেজাল মাছ, মাংস

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ভোগালী বিহুৰ পূৰ্বে পশুপালন বিভাগে প্ৰকাশ কৰিছে SOP। এই SOP অনুসৰি ভোগালীত বিক্রী কৰিব নোৱাৰিব ভেজাল মাছ, মাংস, কণী, গাখীৰ। বিহুৰ বজাৰত বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ,মাংসৰ দাম।সামগ্ৰী।সকলো ব্যৱসায়ীয়ে মানিব লাগিব এইসমূহ নিয়ম।এইক্ষেত্ৰত প্ৰত্যেক জিলা আয়ুক্তই কঠোৰ দৃষ্টি ৰাখিব

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ভোগালী বিহুৰ পূৰ্বে পশুপালন বিভাগে প্ৰকাশ কৰিছে SOP। এই SOP অনুসৰি ভোগালীত বিক্রী কৰিব নোৱাৰিব ভেজাল মাছ, মাংস, কণী, গাখীৰ।

বিহুৰ বজাৰত বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ,মাংসৰ দাম।সামগ্ৰী।সকলো ব্যৱসায়ীয়ে মানিব লাগিব এইসমূহ নিয়ম।এইক্ষেত্ৰত প্ৰত্যেক জিলা আয়ুক্তই কঠোৰ দৃষ্টি ৰাখিব লাগিব।জিলাই জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল।

বজাৰে বজাৰে চলিব প্ৰশাসনৰ অভিযান। ভেজাল সামগ্ৰীৰ ব্যৱসায়ীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।চৰকাৰী নিৰ্দেশ পালন কৰিবলৈ ব্যৱসায়ীসকলক কঠোৰ নিৰ্দেশ বিভাগটোৰ।গতিকে এতিয়াৰে পৰা সাৱধান হওক অসাধু ব্যৱসায়ী সকল।