পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'ল বিজেপি…

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি… জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব

-পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি -জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব ? -ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ মেনিফেষ্টো সমিতি আৰু জিলা প্ৰভাৰীৰ নাম -বজালীত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব -বৰপেটাত জয়ন্ত মল্ল বৰুৱা -বিলাসীপাৰাত অশোক সিংঘল -বিশ্বনাথত ৰনোজ পেগু -বঙাইগাঁৱত জয়ন্ত মল্ল বৰুৱা -কাছাৰত কৃষ্ণেন্দু পাল

-পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি

-জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব ?

-ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ মেনিফেষ্টো সমিতি আৰু জিলা প্ৰভাৰীৰ নাম

-বজালীত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব

-বৰপেটাত জয়ন্ত মল্ল বৰুৱা

-বিলাসীপাৰাত অশোক সিংঘল

-বিশ্বনাথত ৰনোজ পেগু

-বঙাইগাঁৱত জয়ন্ত মল্ল বৰুৱা

-কাছাৰত কৃষ্ণেন্দু পাল

-চৰাইদেউত ৰূপেশ গোৱালা

-দৰঙত ৰঞ্জিত কুমাৰ দাস

-ধেমাজিত বিমল বড়া

-ধুবুৰীত অশোক সিংঘল

-ডিব্ৰুগড়ত ৰূপেশ গোৱালা

-ঢকুৱাখনাত বিমল বড়া

-গোৱালাপাৰাত জয়ন্ত মল্ল বৰুৱা

-গোলাঘাটত নন্দিতা গাৰ্লোচা

-গুৱাহাটীত যোগেন মহন

-হাইলাকান্দিত কৃষ্ণেন্দু পাল

-হোজাই পীযুষ হাজৰীকা

-যোৰহাটত অজন্তা নেওগ

-কলিয়াবৰ অজন্তা নেওগ

-শ্ৰীভূমিত কৌশিক ৰায়

-লখিমপুৰত ৰণোজ পেগু

-মাজুলীত  বিমল বড়া

-মৰিগাঁৱত চন্দ্ৰমোহন পাটোৱাৰী

-নগাঁৱত পীয়ুষ হাজৰিকা

-নলবাৰীত কৌশিক ৰায়

-উত্তৰ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-শিৱসাগৰত যোগেন মহন

-শোণিতপুৰত পীয়ুষ হাজৰি

-দক্ষিণ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-দক্ষিণ শালমাৰা মানকাছৰত অশোক সিংঘল

-তিনিচুকীয়া প্ৰশান্ত ফুকনক দায়িত্ব

শেহতীয়া প্ৰৱন্ধসমূহ