অমিতাভ বচ্চন

‘এইবোৰ বন্ধ কৰক…’; বাংলোৰ বাহিৰত থকা পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ

পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ বলীউড উদ্যোগৰ মেগাষ্টাৰ অমিতাভ বচ্চনক চিনি নোপোৱা মানুহ হয়টো পৃথিৱীত নোলাব। তেওঁ অভিনয়ৰ লগতে অতি শান্ত স্বভাৱৰ বাবে সদায়েই শিৰোনামত থাকে। অভিনেতা গৰাকীয়ে সকলোৰে লগত অতি মৰমেৰে কথা পাতে আৰু সকলোকে সন্মানেৰে ব্যৱহাৰ কৰে।লাগিলে সেয়া অনুৰাগীয়েই হওক বা পাপাৰাজীয়েই হওক। কিন্তু

পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ

বলীউড উদ্যোগৰ মেগাষ্টাৰ অমিতাভ বচ্চনক চিনি নোপোৱা মানুহ হয়টো পৃথিৱীত নোলাব। তেওঁ অভিনয়ৰ লগতে অতি শান্ত স্বভাৱৰ বাবে সদায়েই শিৰোনামত থাকে।

অভিনেতা গৰাকীয়ে সকলোৰে লগত অতি মৰমেৰে কথা পাতে আৰু সকলোকে সন্মানেৰে ব্যৱহাৰ কৰে।লাগিলে সেয়া অনুৰাগীয়েই হওক বা পাপাৰাজীয়েই হওক।

কিন্তু শেহতীয়াকৈ ইণ্টাৰনেটত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁক খঙত অগ্নি শৰ্মা হৈ থকা দেখিবলৈ পোৱা গৈছে।  

এই ভাইৰেল ভিডিঅ’টোত অমিতাভ বচ্চনে নিজৰ মুম্বাই বাংলোৰ বাহিৰত বগা কুৰ্তা-পাইজামা পিন্ধি থকা দেখা গৈছে। অভিনেতা গৰাকীয়ে বাংলোৰ পৰা ওলাই অহাৰ লগে লগে পাপাৰাজী সকলে ফটো উঠাবলৈ ধৰে।

ফটোগ্ৰাফাৰে ভিডিঅ’টো ৰেকৰ্ডিং কৰাৰ লগে লগে খং উঠিল বিগ বিৰ। অভিনেতা গৰাকীয়ে ফটোগ্ৰাফাৰ সকলক ধমক দি কয় যে ‘’ এই ভিডিঅ’ নল’ব, কেমেৰা বন্ধ কৰক’।

তেওঁৰ এই কথাই অনুৰাগীৰ লগতে পাপাৰাজীকো আচৰিত কৰি তুলিছে।যদিও এই ভিডিঅ’টো কেতিয়া বনোৱা

লগতে পঢ়ক: দক্ষিণৰ বিখ্যাত অভিনেতা ফিশ ভেংকটৰ মৃত্যু; টকাৰ অভাৱেই হ’ল কাল

শেহতীয়া প্ৰৱন্ধসমূহ