ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনঃ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

-প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা -ভোটাৰ তালিকাত সন্নিবিষ্ট হ’ল ১,৮০,১৮,৯১৩ ভোটাৰৰ নাম -তালিকাত প্ৰকাশিত পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০জন -মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী -আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী -তালিকাত আছে নে নাই আপোনাৰ নাম -আজিয়েই কৰক পৰীক্ষা -কিদৰে ভোটাৰ লিষ্টত বিচাৰিব আপোনাৰ নাম -নাম

-প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

-ভোটাৰ তালিকাত সন্নিবিষ্ট হ’ল ১,৮০,১৮,৯১৩ ভোটাৰৰ নাম

-তালিকাত প্ৰকাশিত পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০জন

-মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী

-আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী

-তালিকাত আছে নে নাই আপোনাৰ নাম

-আজিয়েই কৰক পৰীক্ষা

-কিদৰে ভোটাৰ লিষ্টত বিচাৰিব আপোনাৰ নাম

-নাম পৰীক্ষাৰ বাবে আজিয়েই ক্লিক কৰক এই লিংকত

-ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা মুকলি কৰিছে ৱেবচাইট

-https://ermssec.assam.gov.in লিংকত ক্লিক কৰি চাব পাৰিব নিজৰ নাম

শেহতীয়া প্ৰৱন্ধসমূহ