জয়ী হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী ;  কালকাজীৰ পৰা বিজয় সাব্যস্ত

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাজিত কৰিছে।ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভাপতি অলকা লাম্বাও নিৰ্বাচনত পৰাজিত হৈছে। তথ্য অনুসৰি, মুখ্যমন্ত্ৰী আতিশীয়ে প্ৰায় তিনি হাজাৰ ভোটত নিৰ্বাচনত জয়ী হৈছে। পুৱাৰে পৰা চলি থকা ভোটগণনাত ঘনে ঘনে সলনি হৈছিল দৃশ্যপট। এটা ৰাউণ্ডত

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাজিত কৰিছে।ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভাপতি অলকা লাম্বাও নিৰ্বাচনত পৰাজিত হৈছে।

তথ্য অনুসৰি, মুখ্যমন্ত্ৰী আতিশীয়ে প্ৰায় তিনি হাজাৰ ভোটত নিৰ্বাচনত জয়ী হৈছে। পুৱাৰে পৰা চলি থকা ভোটগণনাত ঘনে ঘনে সলনি হৈছিল দৃশ্যপট।

এটা ৰাউণ্ডত যদি ৰমেশ বিধুৰী আগবাঢ়ি আছিল কোনোবাটো ৰাউণ্ডত আকৌ আগবাঢ়িছিল আতিশী মাৰ্লেনা। অৱশেষত ২৭০০ ভোটৰ ব্যৱধানত জয়ী হ’ল আতিশী।  

শেহতীয়া প্ৰৱন্ধসমূহ