মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ

মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ

-মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ -এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMP ভাইৰাছ -মহানগৰীৰ এপল’ হস্পিতালত ভৰ্তি হৈ আছিল মহিলাগৰাকী -মহিলাগৰাকীক বিশেষজ্ঞ চিকিতসকে চলাই আছে চিকিতসা -মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একেধৰণৰ লক্ষণে দেখা দিছে -তেওঁৰ নমুনা পৰীক্ষনৰ বাবে কৰা হৈছে প্ৰেৰণ -সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান

-মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ

-এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMP ভাইৰাছ

-মহানগৰীৰ এপল’ হস্পিতালত ভৰ্তি হৈ আছিল মহিলাগৰাকী

-মহিলাগৰাকীক বিশেষজ্ঞ চিকিতসকে চলাই আছে চিকিতসা

-মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একেধৰণৰ লক্ষণে দেখা দিছে

-তেওঁৰ নমুনা পৰীক্ষনৰ বাবে কৰা হৈছে প্ৰেৰণ

-সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান

শেহতীয়া প্ৰৱন্ধসমূহ