মন্ত্ৰী সভাৰ নতুন দপ্তৰ বিতৰণঃ কোন মন্ত্ৰীৰ হাতত কি বিভাগ ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাঃ গৃহ, পাৰ্চনেল লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ, PWD, মেডিকেল শিক্ষা আৰু  গৱেষণা বিভাগ আৰু আৱন্টন নকৰা বিভাগসমূহ ৰঞ্জিত কুমাৰ দাসঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগ অতুল বৰাঃ কৃষি, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন উদ্যান শস্য, অসম চুক্তি

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাঃ

গৃহ, পাৰ্চনেল লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ,

PWD, মেডিকেল শিক্ষা আৰু  গৱেষণা বিভাগ আৰু আৱন্টন নকৰা বিভাগসমূহ

ৰঞ্জিত কুমাৰ দাসঃ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগ

অতুল বৰাঃ

কৃষি, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন

উদ্যান শস্য, অসম চুক্তি ৰূপায়ন বিভাগ

কেশৱ মহন্তঃ

ৰাজহুৱা আৰু দুৰ্যোগ প্ৰশমন বিভাগ,

তথ্য আৰু প্ৰযুক্তি বিভাগ, বিজ্ঞান প্ৰযুক্তি আৰু বতৰ বিভাগ

ইউ জি ব্ৰহ্মঃ

হস্ততাঁত, বন আৰু চেৰিকালছাৰ বিভাগ, ভূমি সংৰক্ষণ বিভাগ আৰু বড়োলেণ্ড কল্যাণ বিভাগ

চন্দ্ৰমোহন পাটোৱাৰীঃ

এক্ট ইষ্ট পলিচী, পৰিৱেশ আৰু বন বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ

ৰণোজ পেগুঃ

শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগ

অশোক সিংহলঃ

পৰিয়াল আৰু স্বাস্থ্য বিভাগ, জলসিঞ্চন বিভাগ

যোগেন মহনঃ

পাহাৰীয়া অঞ্চল বিভাগ, পৰিবহন বিভাগ, সমবায় বিভাগ, খিলঞ্জীয়া আৰু জনজাতি উন্নয়ন বিভাগ

অজন্তা নেওগঃ

বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগ

পীযুষ হাজৰীকাঃ

তথ্য আৰু জনসংযোগ বিভাগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু জলসম্পদ বিভাগ

বিমল বৰাঃ

সাংস্কৃতিক বিভাগ আৰু উদ্যোগ বিভাগ

জয়ন্ত মল্ল বৰুৱাঃ

জনস্বাস্থ্য আৰু কাৰিকৰী, নগৰ আৰু চহৰ উন্নয়ন বিভাগ

নন্দিতা গাৰ্লোচাঃ

ক্ৰীড়া বিভাগ, সংখ্যালঘু আৰু লোকনিৰ্মাণ বিভাগ

প্ৰশান্ত ফুকনঃ

শক্তি বিভাগ, কাৰিকৰী কৌশল বিভাগ আৰু মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগ

কৌশিক ৰায়ঃ

খাদ্য বিভাগ, খনি আৰু খনিজাত বিভাগ আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ

কৃষ্ণেন্দু পালঃ

পশুপালন, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা

ৰূপেশ গোৱালাঃ

শ্ৰম বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ, গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক বিভাগ

শেহতীয়া প্ৰৱন্ধসমূহ