ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে -অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে -ৰাজ্যৰ ৩৯৭ জিলা পৰিষদৰ ৩০০খন আসন লাভ কৰিলে বিজেপি মিত্ৰজোঁটে -আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনৰ ১৪৩৬খন লাভ কৰে বিজেপি মিত্ৰজোঁটে -পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উৎসাহিত কৰিছে বিজেপি-অগপক -বজালী জিলাত ৫খন

-ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে

-ৰাজ্যৰ ৩৯৭ জিলা পৰিষদৰ ৩০০খন আসন লাভ কৰিলে বিজেপি মিত্ৰজোঁটে

-আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনৰ ১৪৩৬খন লাভ কৰে বিজেপি মিত্ৰজোঁটে

-পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উৎসাহিত কৰিছে বিজেপি-অগপক

-বজালী জিলাত ৫খন আসন আছিল

-৫খন আসনৰ ৪খন আসনে বিজেপিয়ে লাভ কৰিলে

-বৰপেটাত ১৯খন আসন আছিল

-১৯খনৰ ভিতৰত ৭ খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে

-বিলাসীপাৰাত ৪খন আছিল, ২খন লাভ কৰিছে

-বিশ্বনাথত ১২খনৰ ১২খনেই লাভ কৰিছে

-বঙাইগাঁৱত ১২খন আসনত দুয়োটা দল লগ লাগি ৮খন লাভ কৰিছে

-কাছাৰত ২৫খন আসন আছিল, ১৬খন আসন লাভ কৰিছে

-চৰাইদেউত ৮খনত ৮খনেই লাভ কৰিছে

-দৰঙত ১২খন আছিল,  ৭খন আসনত জয়লাভ কৰিছে

-ধেমাজিত ১২খনত ১২খনেই লাভ কৰিছে

-ধুবুৰীত ১২খনত ৩খনত জয়লাভ কৰিছে

-ঢকুৱাখনাত ৪খনত ৪খনতেই জয়ী হৈছে

-ডিব্ৰুগড়ত ২২খনত ২২খনেই জিকিছে

-গোৱালপাৰাত ১৬খন আসনত ১০খন আসন লাভ কৰিছে

-গোলাঘাট ২০ৰ ২০খনেই লাভ কৰিছে

-গুৱাহাটীত ৬খনত ৬খনেই লাভ কৰিছে

-হাইলাকান্দিত ৮খনৰ ভিতৰত ৩খন লাভ কৰিছে

-হোজাইত ১২খনৰ ভিতৰত ৭খন লভা কৰিছে

-যোৰহাটত ১৬খনৰ ১৬খনেই লাভ কৰিছে

-কলিয়াবৰত ৮ খনৰ ৮খনেই লাভ কৰিছে

-লখিমপুত ১৫খনত ১৩খন লাভ কৰিছে

-মাজুলীত ৪খনৰ ভিতৰত ৪খনেই লাভ কৰিছে

-মৰিগাঁৱত ১২খনৰ ভিতৰত ৮খন লাভ কৰিছে

-নগাঁৱত ১৯খনৰ ভিতৰত ১১খন লাভ কৰিছে

-নলবাৰীত ১২খনৰ ভিতৰত ১১খন লাভ কৰিছে

-উত্তৰ কামৰূপত ১২খনৰ ভিতৰত ১২খন লাভ কৰিছে

-শ্ৰীভূমিত ১৬খনৰ ভিতৰত ১১খন লাভ কৰিছে

-শিৱসাগৰত ১২খনৰ ভিতৰত ১১খন আসন লাভ কৰিছে

-শোণিতপুৰত ২০খনৰ ভিতৰত ২০খনতেই জয়লাভ কৰিছে

-দক্ষিণ কামৰূপত ১২খন আসনৰ ৬খনতেই জয়লাভ কৰিছে

-তিনিচুকীয়াত ২২খনৰ ২২খনতেই জয়লাভ কৰিছে

-পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ