“১০০০ টকাৰ বিনিময়ত আহিছিল যুৱতীগৰাকী” ,মহানগৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ডত অভিযুক্তৰ বিস্ফোৰক মন্তব্য

মহানগৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ডত জড়িত ৯ টা পাষণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়াৰ সময়ত শনিবাৰে সেই নিশাৰ জঘণ্য কাণ্ডৰ কথা ব্যক্ত কৰিছে এটা অভিযুক্তই। অভিযুক্ত কৃষ্ণ বৰ্মনে স্বীকাৰোক্তি দিছে যে “সেই নিশা মেজিকত জালুকবাৰীৰ পৰা অনা হৈছিল যুৱতী গৰাকী। বিনিময়ত ৰবীন দাস আৰু

মহানগৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ডত জড়িত ৯ টা পাষণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়াৰ সময়ত শনিবাৰে সেই নিশাৰ জঘণ্য কাণ্ডৰ কথা ব্যক্ত কৰিছে এটা অভিযুক্তই।

অভিযুক্ত কৃষ্ণ বৰ্মনে স্বীকাৰোক্তি দিছে যে “সেই নিশা মেজিকত জালুকবাৰীৰ পৰা অনা হৈছিল যুৱতী গৰাকী। বিনিময়ত ৰবীন দাস আৰু কৃষ্ণ বৰ্মনে যুৱতী গৰাকীক দিছিল ১০০০ টকা”।

বৰাগাঁৱৰ নিজৰাপাৰ দুৰ্গা মন্দিৰৰ চৌহদত যুৱতী গৰাকী উপস্থিত হোৱাৰ পিছত জপিয়াই পৰিছিল ৯ টাকৈ পাষণ্ড। অভিযুক্তজনে লগতে কয় যে “ আমি ছোৱালীজনীক অনা নাই আনিছিল ৰবীনেহে”।

“আমি কাষত আছিলোহে বাকী গমেই নাপাওঁ একো। আমি দুৰ্গা মন্দিৰত গেম খেলিহে বহি থাকো। মোক ইনেই ফচাইছে,ইহঁতেহে কামটো কৰিছিল। DNA টেষ্ট কৰিলেই ওলাই পৰিব সকলো”।

শেহতীয়া প্ৰৱন্ধসমূহ