ভয়ংকৰ ; মাজৰাস্তাতেই বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক

তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিতাবৰৰ ৰাজপথত বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক।যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন। কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তিতাবৰ খেতিফাৰ্মৰ সমীপৰ পথৰ কাষৰ পথাৰত বাগৰিল AS03-CC-6439 নম্বৰৰ ট্ৰাক খন। দুৰ্ঘটনাটোত আহত চালক আৰু হেণ্ডিমেন। পিছত ততাতৈয়াকৈ দুয়োকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ

তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিতাবৰৰ ৰাজপথত বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক।যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।

কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তিতাবৰ খেতিফাৰ্মৰ সমীপৰ পথৰ  কাষৰ পথাৰত বাগৰিল AS03-CC-6439 নম্বৰৰ ট্ৰাক খন। দুৰ্ঘটনাটোত আহত চালক আৰু হেণ্ডিমেন।

পিছত ততাতৈয়াকৈ দুয়োকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে।।

শেহতীয়া প্ৰৱন্ধসমূহ