গ্ৰেপ্তাৰ হ’ল শংকৰজ্যোতি বৰুৱা; মাৰপিটৰ ঘটনাৰ সৈতে সাঙোৰ খাইছিল নাম

অৱশেষত গ্ৰেপ্তাৰ হ’ল শংকৰজ্যোতি বৰুৱা।ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক।দুলীয়াজান আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ শংকৰজ্যোতি বৰুৱাক। বৰ্তমান ডিব্ৰুগড় থানাতে আছে তেওঁ। দেওবাৰে প্ৰাক্তন নেতা গৰাকীক আটক কৰিছিল আৰক্ষীয়ে ।তেওঁৰ বিৰুদ্ধে ১০টা ধাৰাত ৰুজু কৰা হৈছে গোচৰ।উল্লেখ্য যে মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল শংকৰজ্যোতি বৰুৱা।ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক।দুলীয়াজান আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ শংকৰজ্যোতি বৰুৱাক। বৰ্তমান ডিব্ৰুগড় থানাতে আছে তেওঁ।

দেওবাৰে প্ৰাক্তন নেতা গৰাকীক আটক কৰিছিল আৰক্ষীয়ে ।তেওঁৰ বিৰুদ্ধে ১০টা ধাৰাত ৰুজু কৰা হৈছে গোচৰ।উল্লেখ্য যে মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ  

শেহতীয়া প্ৰৱন্ধসমূহ