আজি শপত ল’ব ৪ নতুন মন্ত্ৰীয়ে, কোনে লাভ কৰিব কি দপ্তৰ?

আজি শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ নতুন মন্ত্ৰীয়ে।মন্ত্ৰী হিচাপে শপত ল’ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷   দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য। প্ৰায় দুই দশকৰ

আজি শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ নতুন মন্ত্ৰীয়ে।মন্ত্ৰী হিচাপে শপত ল’ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷  

দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য। প্ৰায় দুই দশকৰ মুৰত মন্ত্ৰীত্বৰ সোৱাদ পাব বিধায়ক প্ৰশান্ত ফুকনে।

ইফালে প্ৰথমবাৰ বিধায়ক হৈয়েই মন্ত্ৰীত্ব লাভ কৰিছে বিধায়ক কৌশিক ৰায়ে। পাথাৰকান্দিক বিধায়ক কৃষেন্দু পালেও লাভ কৰিলে মন্ত্ৰিত্ব।ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালায়েও আজি শপত লব মন্ত্ৰীৰূপে

শেহতীয়া প্ৰৱন্ধসমূহ