নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ -নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন -চিৰনিদ্ৰাৰ শীতল কোলাত নিথৰ হৈ পৰি আছে প্ৰাণৰ শিল্পীগৰাকী -ইতিমধ্যে শেষবাৰৰ বাবে পুত্ৰ মুখ চাবলৈ বাহিৰলৈ উলাই আহিছে পিতৃ কপিল ঠাকুৰ -শুভ্ৰ শীতল বগা চাদৰেৰে মেৰিয়াই দিয়া হৈছে নশ্বৰ দেহ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

-নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন

-চিৰনিদ্ৰাৰ শীতল কোলাত নিথৰ হৈ পৰি আছে প্ৰাণৰ শিল্পীগৰাকী

-ইতিমধ্যে শেষবাৰৰ বাবে পুত্ৰ মুখ চাবলৈ বাহিৰলৈ উলাই আহিছে পিতৃ কপিল ঠাকুৰ

-শুভ্ৰ শীতল বগা চাদৰেৰে মেৰিয়াই দিয়া হৈছে নশ্বৰ দেহ

-এই দৃশ্য দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিছে জনতাই

-ৰাজপথত চিঞৰি চিঞৰি গাইছে জুবিনদা উঠা

-কিন্তু উভতি নহাৰ বাটেৰে শিকলি ছিঙি গ’লগৈ জুবিন গাৰ্গ

-দেৱতাৰ শাৰীলৈ উন্নিত হোৱা শিল্পীগৰাকীক চাবলৈ লক্ষ লক্ষ জনতাৰ

-২ঘণ্টাৰ বাবে ৰখা হ’ব কাহিলীপাৰাত

-ভেদিব নোৱাৰা বানৰ দৰে জনতাৰ সোঁত বৈছে কাহিলীপাৰাত

-কোনেও কাকো সান্তনা দিব নোৱাৰা পৰিৱেশ

-২ঘণ্টাৰ পিছতে সৰুসজাইলৈ লৈ যোৱা হ’ব নশ্বৰ দেহ

-সৰুসজাইত প্ৰতিগৰাকীয়ে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

-প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত আজি বতৰ গোমা হৈ পৰিছে

-আৱেগ বিহ্বল হৈ পৰিছে অসমবাসী

লগতে পঢ়ক : সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !