এক্সন মোডত মুখ্যমন্ত্ৰী

‘যদি পাকিস্তানলৈ যোৱা কোনোবা ইউটিউবাৰ আছে নাম দিয়ক’; এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত মুখ্যমন্ত্ৰী এক্সন মোডত অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ অসমৰ YouTuberৰ বিৰুদ্ধে এক্সন লোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যিসকল এসমৰ YouTuber এ পাকিস্তানলৈ গৈছে সেই সকলৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কোনোবা যদি পাকিস্তানলৈ যোৱা ইউটিউবাৰ আছে নাম দিয়ক। সকলোৰে

এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ অসমৰ  YouTuberৰ বিৰুদ্ধে এক্সন লোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যিসকল এসমৰ YouTuber এ পাকিস্তানলৈ গৈছে সেই সকলৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কোনোবা যদি পাকিস্তানলৈ যোৱা ইউটিউবাৰ আছে নাম দিয়ক। সকলোৰে বিৰুদ্ধে লোৱা হ’ব এক্সন’।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সংবাদমেলৰ মাজতে এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কৈছে যে, ‘দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আনুষ্ঠানিক ভ্ৰমণ আৰু ইউটিউবাৰ বা কংগ্ৰেছৰ সাংসদৰ ভ্ৰমণত বিশাল পাৰ্থক্য আছে’।

ৰাষ্ট্ৰৰ স্বাৰ্থত যোৱা আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে পাকিস্তান যোৱাটো সম্পূৰ্ণ ভিন্ন বিষয়। পাকিস্তানপ্ৰেমী একাংশ কংগ্ৰেছীয়ে কেতিয়াও এই পাৰ্থক্য বুজি নাপায় বা বুজিবলৈ নিবিচাৰে’।সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : “গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ