লজ্জাজনক; ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৯ বছৰীয়া শিশু

বাক্সাৰ ফুলগুৰীত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ৬৫ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে এটি ৯ বছৰীয়া শিশুক। বৃদ্ধ লম্পদটো বাক্সাৰ ফুলগুৰীৰ ৰমেশ দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কণমানি গৰাকীক ফুচুলাই যৌন নিৰ্যাতন চলাইছিল লম্পদ ৰমেশ দাসে।ইতিমধ্যে বাক্সাৰ শিমলা আৰক্ষীয়ে লম্পদ

বাক্সাৰ ফুলগুৰীত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ৬৫ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে এটি ৯ বছৰীয়া শিশুক। বৃদ্ধ লম্পদটো বাক্সাৰ ফুলগুৰীৰ ৰমেশ দাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কণমানি গৰাকীক ফুচুলাই যৌন নিৰ্যাতন চলাইছিল লম্পদ ৰমেশ দাসে।ইতিমধ্যে বাক্সাৰ শিমলা আৰক্ষীয়ে লম্পদ গৰাকীক POCSO আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্র অঞ্চলটোৰ লোকসকলক লজ্জানত কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ