চাঞ্চল্যকৰ; ভাড়াঘৰতে আত্মহত্যা যুৱতীৰ

মহানগৰীত পুনৰবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ তৰুন নগৰত এগৰাকী যুৱতীৰ আত্মহত্যা ঘটনা পোহৰলৈ আহিছে। প্ৰতীক্ষা শৰ্মা নামৰ যুৱতী গৰাকীয়ে নিজৰ কোঠাতে আত্মহত্যা কৰে। ভাড়াতীয়া হিচাপে আছিল যুৱতী গৰাকী।যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে।

মহানগৰীত পুনৰবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ তৰুন নগৰত এগৰাকী যুৱতীৰ আত্মহত্যা ঘটনা পোহৰলৈ আহিছে।

প্ৰতীক্ষা শৰ্মা নামৰ যুৱতী গৰাকীয়ে নিজৰ কোঠাতে আত্মহত্যা কৰে। ভাড়াতীয়া হিচাপে আছিল যুৱতী গৰাকী।যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ