মহম্মদ শ্বামীক প্ৰাণে মৰাৰ ভাবুকি;  দাবী কৰিছে এক কোটি টকা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে, ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চাইবাৰ ক্ৰাইম থানাত এফআইআৰ ৰুজু কৰা হৈছে। মেইল যোগে অহা ভাবুকিৰ পিছত মহম্মদ শ্বামীৰ ভাতৃ হাছিবে শ্বামীৰ হৈ গোচৰ দিছে।মৃত্যুৰ ভাবুকি দিয়া ব্যক্তিজনৰ নাম ৰাজপুত সিন্ধাৰ বুলি জানিব পৰা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে, ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চাইবাৰ ক্ৰাইম থানাত এফআইআৰ ৰুজু কৰা হৈছে।

মেইল যোগে অহা ভাবুকিৰ পিছত মহম্মদ শ্বামীৰ ভাতৃ হাছিবে শ্বামীৰ হৈ গোচৰ  দিছে।মৃত্যুৰ ভাবুকি দিয়া ব্যক্তিজনৰ নাম ৰাজপুত সিন্ধাৰ বুলি জানিব পৰা গৈছে।

এফআইআৰৰ মতে, সৈতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ খেলত ব্যস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল বলাৰ গৰাকীৰ পৰা ১ কোটি টকাও দাবী কৰে। ঘটনাৰ সন্দৰ্ভত আমৰোহা আৰক্ষীয়ে এই তদন্ত অব্যাহত ৰাখিছে।

মেইলত লিখা আছিল যে “আমি আপোনাক মাৰিম আৰু চৰকাৰে আমাক একো কৰিব নোৱাৰিব।অৱশ্যে এই ভাবুকি কিয় দিয়া হৈছে? সেয়া এতিয়াও জানিব পৰা নাই।

শেহতীয়া প্ৰৱন্ধসমূহ