ভাগ্য উদয় হ’ল মৃন্ময় কলিতাৰ ; শিক্ষকৰ পৰা বহিল জিলা আয়ুক্তৰ আসনত

কপাল ফুলিল নলবাৰীৰ এজন শিক্ষকৰ। নলবাৰীৰ জিলা উপাযুক্ত হ’ল শিক্ষক মৃন্ময় কলিতা। দৰাচলতে এদিনৰ জিলা উপায়ুক্ত হোৱাৰ ইচ্ছা থকা বুলি শিক্ষক মৃন্ময় কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আবেদন কৰিছিল। সেই আবেদনৰ ভিত্তিতেই এদিনৰ বাবে মৃন্ময় কলিতাক জিলা আয়ুক্তৰ কাম কাজ পৰ্যবেক্ষণ কৰিবলৈ অনুমোদন দিলে

কপাল ফুলিল নলবাৰীৰ এজন শিক্ষকৰ। নলবাৰীৰ জিলা উপাযুক্ত হ’ল শিক্ষক মৃন্ময় কলিতা। দৰাচলতে এদিনৰ জিলা উপায়ুক্ত হোৱাৰ ইচ্ছা থকা বুলি শিক্ষক মৃন্ময় কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আবেদন কৰিছিল।

সেই আবেদনৰ ভিত্তিতেই এদিনৰ বাবে মৃন্ময় কলিতাক জিলা আয়ুক্তৰ কাম কাজ পৰ্যবেক্ষণ কৰিবলৈ অনুমোদন দিলে মুখ্যমন্ত্ৰীয়ে। নলবাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতা।  শিক্ষকে।

এগৰাকী জিলা আয়ুক্তৰ কাম কি, জিলা আয়ুক্তই কেনেদৰে সম্পাদন কৰে কাম কাজ সকলোবোৰ পৰিচালিত কৰিলে মৃণ্ময়ে। এদিনৰ বাবে জিলা আয়ুক্ত হ’বলৈ পাই যথেষ্ট আনন্দিত হৈছে শিক্ষক মৃন্ময় কলিতা।