দেউলীয়া পাকিস্তানৰ হাহাকাৰ; কান্দি কান্দি দেশে দেশে ঋণৰ বাবে বিচাৰিছে ভিক্ষা

ভাৰতীয় সেনাৰ আক্ৰমণত বিধ্বস্ত পাকিস্তানৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ উপযুক্ত উত্তৰ দিছে ভাৰতে।শেহতীয়াকৈ পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আগত ভিক্ষা খুজিছে। পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি ভাৰতীয় আক্ৰমণত পাকিস্তানে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত এতিয়া পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ

ভাৰতীয় সেনাৰ আক্ৰমণত বিধ্বস্ত পাকিস্তানৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ উপযুক্ত উত্তৰ দিছে ভাৰতে।শেহতীয়াকৈ পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আগত ভিক্ষা খুজিছে।

পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি ভাৰতীয় আক্ৰমণত পাকিস্তানে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত এতিয়া পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ পৰা অধিক ঋণ দাবী কৰিছে।বন্ধুৰাষ্ট্ৰলৈ ঋণ বিচাৰি হাহাকাৰ পাকিস্তানৰ।

আচলতে পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ এটা পোষ্ট ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত লিখা আছে, ‘পাকিস্তান চৰকাৰে শত্ৰুপক্ষই কৰা বৃহৎ লোকচানৰ পাছত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ ওচৰত অধিক ঋণৰ বাবে আবেদন জনাইছে’।

‘যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে আৰু ষ্টকসমূহ যথেষ্ট হ্ৰাস পোৱাৰ বাবে, আমি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক উত্তেজনা হ্ৰাস কৰাত সহায় কৰিবলৈ আহ্বান জনাইছো।জাতিটোক দৃঢ় হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।” পাকিস্তানে এই পোষ্টত বিশ্ব বেংকক টেগ কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ