লাখ লাখ চৰকাৰী শিক্ষকলৈ নতুন নিৰ্দেশনা; শ্ৰেণীকোঠা এৰি যাব নোৱাৰিব ব্যক্তিগত কামত

ৰাজ্যৰ লাখ লাখ চৰকাৰী শিক্ষকলৈ আহি গ’ল কঠোৰ নিৰ্দেশনা।এতিয়াৰ পৰা কোনো চৰকাৰী শিক্ষক কৰিব নোৱাৰিব এই কাম। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষক সকললৈ জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি শ্ৰেণীকোঠা এৰি কোনো শিক্ষকেই ঘূৰিব নোৱাৰিব কোনো ব্যক্তিগত কামত।পাঠদানৰ সময়ত ব্যক্তিগত কামত ব্যস্ত শিক্ষকক

ৰাজ্যৰ লাখ লাখ চৰকাৰী শিক্ষকলৈ আহি গ’ল কঠোৰ নিৰ্দেশনা।এতিয়াৰ পৰা কোনো চৰকাৰী শিক্ষক কৰিব নোৱাৰিব এই কাম। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষক সকললৈ জাৰি কৰিছে এক নিৰ্দেশনা।

এই নিৰ্দেশনা অনুসৰি শ্ৰেণীকোঠা এৰি কোনো শিক্ষকেই ঘূৰিব নোৱাৰিব কোনো ব্যক্তিগত কামত।পাঠদানৰ সময়ত ব্যক্তিগত কামত ব্যস্ত শিক্ষকক লৈ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

দৰাচলতে শ্ৰেণীকোঠা এৰি বহু শিক্ষক সচিবালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, আন জিলা কাৰ্যালয়লৈ যায়।এতিয়াৰে পৰা কৰ্ত্যবৰ সময়ত এৰিব নোৱাৰিব বিদ্যালয়, শ্ৰেণীকোঠা। আন কিবা কাম থাকিলে স্কুল ছুটীৰ পিছতহে যাব পাৰিব সকলো চৰকাৰী শিক্ষক।

শেহতীয়া প্ৰৱন্ধসমূহ