হাতত জেতুকাৰ বোল, মুখত মিছিকিয়া হাঁহি; ৰীল নহয়, ৰিয়েল লাইফত বিবাহপাশত আবদ্ধ হ’ব শ্যামন্তিকা

আজি পুনৰবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব অসমৰ সকলোৰে মৰমৰ জানমণি। যশস্বী বুলছবি পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব শ্যামন্তিকাই। আজি হুমৰ গুৰিত বহিব জানমনি খ্যাত শ্যামন্তিকা শৰ্মা।কাজিৰঙাৰ বৰগছ ৰিজোৰ্টত মঙলবাৰে সম্পন্ন হয় শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান। সামাজিক মাধ্যমত অবিনেত্ৰী গৰাকীৰ মেহেন্দী

আজি পুনৰবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব অসমৰ সকলোৰে মৰমৰ জানমণি। যশস্বী বুলছবি পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব শ্যামন্তিকাই।

আজি হুমৰ গুৰিত বহিব জানমনি খ্যাত শ্যামন্তিকা শৰ্মা।কাজিৰঙাৰ বৰগছ ৰিজোৰ্টত মঙলবাৰে সম্পন্ন হয় শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান।

সামাজিক মাধ্যমত অবিনেত্ৰী গৰাকীৰ মেহেন্দী অনুষ্ঠানৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে।শ্যামন্তিকা শৰ্মাৰ বিয়াখনক লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ