ধুবুৰী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ এক্সন; ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এক্সন। থানাই থানাই গ্ৰেপ্তাৰ কৰিছে অপৰাধীক। চহৰখনত নিশা টহল দিছিল ৰেপিড এক্সন ফৰ্ছে। বিশেষ বাহন লৈ ৰেপিড ফৰ্ছ ঘূৰিছে চহৰখনত। বজ্ৰ বাহনেৰে RAFৰ দিছে টহল ।চহৰখনখনৰ প্ৰতিটো প্ৰান্ততত নজৰ ৰাখিছে ৰেপিড

ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এক্সন। থানাই থানাই গ্ৰেপ্তাৰ কৰিছে  অপৰাধীক। চহৰখনত নিশা টহল দিছিল ৰেপিড এক্সন ফৰ্ছে। বিশেষ বাহন লৈ ৰেপিড ফৰ্ছ ঘূৰিছে চহৰখনত।

বজ্ৰ বাহনেৰে RAFৰ দিছে টহল ।চহৰখনখনৰ প্ৰতিটো প্ৰান্ততত নজৰ ৰাখিছে ৰেপিড ফৰ্ছে। এতিয়াৰ পৰা চহৰখনত নিস্তাৰ নাই অপৰাধীৰ।

জামিন বিহীন ধাৰাত ৰুজু হৈছিল গোচৰ। বৰ্তমানলৈকে ৩০ অপৰাধী পৰিছে আৰক্ষীৰ জালত।ধুবুৰী সদৰ থানাত ৪টা, তামাৰহাটত ৫টা, আগমনিত ১টা, গোলকগঞ্জত ৪টা, বিলাসীপাৰাত ১টা, চাপৰত ৩টা, আৰু সপটগ্ৰামত ৫টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ লগতে আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা। আজিও চহৰখনৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান।

লগতে পঢ়ক: ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ

শেহতীয়া প্ৰৱন্ধসমূহ