আপোনাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা যদি ৫জনতকৈ কম তেন্তে আপুনি নাপাব ৰেচন !

ৰেচন কাৰ্ড আৰু অৰুণোয় আঁচনিক লৈ আহি গ’ল ডাঙৰ খবৰ। যদিহে আপুনি ৰেচন লাভ কৰে তেন্তে আপোনাৰ বাবে অত্যন্ত জৰুৰী এই খবৰ।যদিহে আপোনাৰ পৰিয়ালত ৫জনতকৈ কম সদস্য আছে তেন্তে আপোনাৰ পৰিয়ালে লাভ নকৰিব ৰেচন। ৫জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড।অৰুণোদয় আঁচনিৰ বাবে বহুলোকে

ৰেচন কাৰ্ড আৰু অৰুণোয় আঁচনিক লৈ আহি গ’ল ডাঙৰ খবৰ। যদিহে আপুনি ৰেচন লাভ কৰে তেন্তে আপোনাৰ বাবে অত্যন্ত জৰুৰী এই খবৰ।যদিহে আপোনাৰ পৰিয়ালত ৫জনতকৈ কম সদস্য আছে তেন্তে আপোনাৰ পৰিয়ালে লাভ নকৰিব ৰেচন।

৫জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড।অৰুণোদয় আঁচনিৰ বাবে বহুলোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। বহু দুষ্ট চক্ৰ লিপ্তু হৈ এই দুৰ্নীতি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই বৃহত পদক্ষেপ।একাংশ লোকে পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি।অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবেই সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ।ৰেচন কাৰ্ডক এই বিসংগতিক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ ২ লাখতকৈ কম আয়ৰ হ’ব লাগিব। বিসংগতি ধৰা পৰিলেই বিপদ নিশ্চিত, জে’ল পৰ্যন্ত যাবলগীয়া হ’ব পাৰে দোষী।

শেহতীয়া প্ৰৱন্ধসমূহ