ঝুমুইৰ বিনন্দিনীৰ আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

ঝুমুইৰ বিনন্দিনীৰ আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

-সৰুসজাইত ঝুমুইৰ বিনন্দিনীৰ আখৰা -আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা -ঝুমুইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীলৈ উপহাৰ -প্ৰতিগৰাকী শিল্পীৰ একাউন্টত সোমাব ২৫ হাজাৰকৈ টকা -ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰীক্ষণ কৰিছে আখৰা -‘প্ৰতিখন বাগানত একোটাকৈ সাংস্কৃতিক সংঘ গঠন কৰা হ’ব’ -‘প্ৰতিটো সংঘৰ নামত আকৌ ২৫ হাজাৰ কৈ টকা

-সৰুসজাইত ঝুমুইৰ বিনন্দিনীৰ আখৰা

-আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

-ঝুমুইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীলৈ উপহাৰ

-প্ৰতিগৰাকী শিল্পীৰ একাউন্টত সোমাব ২৫ হাজাৰকৈ টকা

-ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰীক্ষণ কৰিছে আখৰা

-‘প্ৰতিখন বাগানত একোটাকৈ সাংস্কৃতিক সংঘ গঠন কৰা হ’ব’

-‘প্ৰতিটো সংঘৰ নামত আকৌ ২৫ হাজাৰ কৈ টকা দিয়া হ’ব’

-সৰুসজাইত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ