জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা

-জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং -তিনিচুকীয়াত ধলা শদিয়া -ডিব্ৰুগড়ত বগীবিল -যোৰহাটত যোৰহাট-মাজুলী -গোলাঘাটত গোলাঘাট- নুমলীগড় -নগাঁৱত কলিয়াভোমোৰা -মৰিগাঁৱত দৰং-মৰিগাঁৱত নিৰ্মাণ হ’ব দলং -২০২৫ৰ ভিতৰত নিৰ্মাণ হ’ব এই সমূহ দলং -ইয়াৰ পিছত নাৰেংগী-কুৰুৱা -কামৰূপত গুৱাহাটী- উত্তৰ গুৱাহাটী -কামৰূপ গ্ৰাম্যত পলাশবাৰী- শুৱালকুছি -গোৱালপাৰাত গোৱালপাৰ-ধুবুৰীত নিৰ্মাণ

-জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং

-তিনিচুকীয়াত ধলা শদিয়া

-ডিব্ৰুগড়ত বগীবিল

-যোৰহাটত যোৰহাট-মাজুলী

-গোলাঘাটত গোলাঘাট- নুমলীগড়

-নগাঁৱত কলিয়াভোমোৰা

-মৰিগাঁৱত দৰং-মৰিগাঁৱত নিৰ্মাণ হ’ব দলং

-২০২৫ৰ ভিতৰত নিৰ্মাণ হ’ব এই সমূহ দলং

-ইয়াৰ পিছত নাৰেংগী-কুৰুৱা

-কামৰূপত গুৱাহাটী- উত্তৰ গুৱাহাটী

-কামৰূপ গ্ৰাম্যত পলাশবাৰী- শুৱালকুছি

-গোৱালপাৰাত গোৱালপাৰ-ধুবুৰীত নিৰ্মাণ হ’ব দলং

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা

-ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে বহুকেইখন দলঙৰ

-ইফালে প্ৰতিখন জিলাত মেডিকেল কলেজ,বিশ্ববিদ্যালয় হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ