পাকিস্তানত হাহাকাৰ; লাহোৰ আৰু শিয়ালকোটত আক্ৰমণ ভাৰতৰ

জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানত পাকিস্তানে বিমান আক্ৰমণৰ পিছত এতিয়া ভাৰতেও প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে।ভাৰতে লাহোৰ আৰু শিয়ালকোটত মিছাইলেৰে আক্ৰমণ চলাইছে। ইয়াৰ পূৰ্বে পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানৰ বহু অঞ্চলত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাইছিল।পাকিস্তানৰ বিমান আক্ৰমণ বিফল কৰিলে ভাৰতে। পাকিস্তানৰ আক্ৰমণৰ পিছতে ভাৰতে লাহোৰ আৰু

জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানত পাকিস্তানে বিমান আক্ৰমণৰ পিছত এতিয়া ভাৰতেও প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে।ভাৰতে লাহোৰ আৰু শিয়ালকোটত মিছাইলেৰে আক্ৰমণ চলাইছে।

ইয়াৰ পূৰ্বে পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানৰ বহু অঞ্চলত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাইছিল।পাকিস্তানৰ বিমান আক্ৰমণ বিফল কৰিলে ভাৰতে।

পাকিস্তানৰ আক্ৰমণৰ পিছতে ভাৰতে লাহোৰ আৰু শিয়ালকোট ত ড্ৰণ আৰু বিমানেৰে আক্ৰমণ কৰিছে। তাৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ।

চীনৰ এয়াৰ ডিফেঞ্চ চিষ্টেমে বছাব পৰা নাই পাকিস্তানক। কেইবাটাও এয়াৰ ডিফেঞ্চ চিষ্টেম ধ্বংস কৰিছে ভাৰতে। ৪ টাকৈ মিছাইল আক্ৰমণত কঁপি উঠিছে লাহোৰ।

শেহতীয়া প্ৰৱন্ধসমূহ