ছ’চিয়েল মিডিয়া আৰু অ’টিটিত দেখাব নোৱাৰিব অশ্লীল বিষয়; উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰি অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা বা দেখুওৱা অশ্লীল কন্টেন্টক বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে। উচ্চতম ন্যায়ালয়ে এটা জনস্বাৰ্থৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাজন প্ৰাইম ভিডিঅ’, নেটফ্লিক্স, ULLU, ALTT দৰে OTT প্লেটফৰ্ম আৰু ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, এক্স (টুইটাৰ)ত শ্বেয়াৰ কৰা অশ্লীল বিষয়বস্তু নিষিদ্ধ কৰাৰ বাবে […]
গৰমৰ দিনত কেনেদৰে যতন ল’ব চুলিকোচাৰ; ঘৰতে কৰক এই কাম

প্ৰখৰ ৰ’দ, অনবৰতে বাহিৰ হোৱা ঘাম, আৰ্দ্ৰতাৰ অভাৱ আৰু আন বহুতো কাৰকৰ বাবে পুৰুষ-মহিলা সকলোৱে চুলিৰ সমস্যাত ভোগে ৷ বহু সময়ত চুলিৰ যত্ন ল’বলৈ পাৰ্লাৰলৈ গৈ বিভিন্ন নামী দামী হেয়াৰ স্পা লোৱাৰ বাবে বহুত সময় আৰু ধন খৰচ হয়। ইয়াৰ বিপৰাতে ঘৰতে চুলিৰ যত্ন ল’ব পাৰে। ঘৰত কেনেদৰে ল’ব চুলিৰ যতন জানো আহক ১) নিয়মিতভাৱে […]
১০ লাখ লোকে লাভ কৰিব AI প্ৰশিক্ষণ; ইউ পি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

এআইৰ প্ৰচাৰৰ বাবে ইউ পি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে।চৰকাৰে বিভিন্ন খণ্ডৰ ১০ লাখ লোকক AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ অধীনত ইউ পিৰ যোগী চৰকাৰে ৰাজ্যৰ ৭৫খন জিলাত প্ৰতিমাহে ১.৫ লাখ লোকক এ আই প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ইউ পি চৰকাৰৰ আই টি আৰু ইলেক্ট্ৰনিকছ বিভাগৰ চেণ্টাৰ ফৰ ই-গভৰ্নেন্স […]
‘কাশ্মীৰ আমাৰ, আমি আহিমেই…’; সন্ত্রাসবাদী আক্রমণৰ পাছত পেহেলগামত উপস্থিত বলীউডৰ অভিনেতা

বিগত ২৮ বছৰ ধৰি চলচ্চিত্ৰ জগতলৈ নিজৰ সৰ্বোত্তম অৱদান আগবঢ়োৱা প্ৰবীণ অভিনেতা অতুল কুলকাৰ্ণী কাশ্মীৰৰ উপত্যকাসমূহত ফুৰিবলৈ গৈছে। অতুলে নিজৰ সামাজিক মাধ্যমত কাশ্মীৰলৈ যোৱা এখন খালী বিমান আৰু আক্ৰমণৰ পিছত তেওঁ পেহেলগামৰ কিছু ছবি শ্বেয়াৰ কৰিছিল যিবোৰ অতি সোনকালে ভাইৰেল হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ সামাজিক মাধ্যমত ৰাইজক কাশ্মীৰলৈ আহিবলৈও আহ্বান জনায়।‘ৰং দে বসন্তী’ খ্যাতি […]
প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক; পেহেলগাম ঘটনাৰ সন্দৰ্ভত ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও প্রধানমন্ত্রী মোদীৰ বাসগৃহত অনুষ্ঠিত হৈ থকা এই বৈঠকত অংশগ্রহণ কৰিছে৷বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে চিডিএছ অনিল চৌহানৰ সৈতে বৈঠকত মিলিত […]
ভাৰতৰ বৃহৎ সিদ্ধান্ত; নিষিদ্ধ হ’ল ১৬টাকৈ পাকিস্তানী ইউটিউব, নিউজ চেনেল

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে কেইবাটাও পাকিস্তানী ইউটিউব আৰু নিউজ চেনেল নিষিদ্ধ কৰিছে। এই সকলোবোৰ পাকিস্তানী Youtube আৰু নিউজ চেনেলে ভাৰতীয় সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে সংবেদনশীল বিষয়বস্তু, মিছা আৰু বিভ্ৰান্তিকৰ মন্তব্য বিয়পাইছিল। ভাৰত চৰকাৰে পাকিস্তানৰ ১৬টা ইউটিউব আৰু নিউজ চেনেল বন্ধ […]
‘আধা ঘণ্টা নহয় আধা শতিকা পিছ পৰি আছা তোমালোক’; পাৰমাণৱিক বোমাক লৈ পাকিস্তানক তীক্ষ্ণ সমালোচনা ওৱেইছিৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি যুদ্ধৰ দৰে হৈ পৰিছে।পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। হতাশাত এতিয়া পাকিস্তানৰ এজন মন্ত্ৰীয়ে আনকি ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ভাবুকিও দিছে।যাৰ বাবে এতিয়া এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে পাকিস্তানক তীব্ৰ ধমক দিছে। আছাদুদ্দিন ওৱেছিয়ে কৈছে যে, পাকিস্তান ভাৰতৰ পৰা ডেৰ শতিকা […]
আক্ৰমণৰ আশংকাত কম্পমান পাকিস্তান; দেশ এৰিলে বিলোৱাল ভুট্টোৰ পৰিয়ালে

জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে। ভাৰতে প্ৰথমে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল আৰু পাকিস্তানৰ বিৰুদ্ধে আন বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্তসমূহৰ পিছত পাকিস্তানত বিভ্ৰান্তি আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কেৱল সাধাৰণ জনতাই নহয়, আনকি সেনা প্ৰধান আৰু বিৰোধী নেতাসকলেও ভয়ৰ […]
খেলৰ মাজতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ সংঘাট! ভিডিঅ’ ভাইৰেল

দেওবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক দেখিবলৈ পোৱা গৈছিল। যাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।দেওবাৰে আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) বনাম দিল্লী কেপিটেলছ (ডি চি)ৰ খেলৰ সময়ত খেলপথাৰতে বিৰাট কোহলী আৰু কে.এল. তৰ্ক হোৱা দেখা পোৱা গৈছিল। […]
‘তেজ ব’লে আপোনালোকৰ অংশ বেছি হ’ব…’; বিলোৱাল ভুট্টোলৈ শশী থাৰুৰৰ প্ৰত্যুত্তৰ

দেওবাৰে কংগ্ৰেছ নেতা শশী থাৰুৰে পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টোক ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ প্ৰতি দিয়া ভাবুকিক “প্ৰৰোচনামূলক মন্তব্য” বুলি অভিহিত কৰে। থাৰুৰে কৈছিল যে,“আমাৰ পাকিস্তানৰ প্ৰতি আক্ৰমণৰ কোনো উদ্দেশ্য নাই, কিন্তু তেওঁলোকে যদি কিবা কৰে, তেন্তে প্ৰত্যুত্তৰৰ বাবে সাজু হৈ থাকিব লাগে। যদি তেজ বয় , তেন্তে সম্ভৱতঃ তেওঁলোকৰ অংশৰেই অধিক […]