পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা…

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল কেইবাটাও নতুন নিয়ম -পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন -ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক -জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন -আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো বিশেষ নিয়ম -আঞ্চলিক পঞ্চায়ত আৰু জিলা

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল কেইবাটাও নতুন নিয়ম

-পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন

-ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক

-জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো বিশেষ নিয়ম

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়

-৩০ শতাংশহে দলৰ প্ৰতীকত  নিৰ্বাচনত অনুষ্ঠিত হ’ব

-জানুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন

-ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন

-পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ