ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষাৰ সময়সূচী

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষাৰ সময়সূচী

-৬মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা -৬ মাৰ্চত ইংৰাজী -৭ মাৰ্চ ভকেচনেল পেপাৰ ১ -১১ মাৰ্চত মিউজিক গ্ৰুপ A -১২ মাৰ্চত Physics, Accountancy আৰু ৰাজনীতি বিজ্ঞান -১৩ মাৰ্চত স্বদেশ অধ্যয়ন আৰু মিউজিক গ্ৰুপ C -১৭ মাৰ্চত Chemistry, Finance আৰু বুৰঞ্জী -১৮ মাৰ্চত পৰিৱেশ শিক্ষা আৰু পৰিসংখ্যা

-৬মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা

-৬ মাৰ্চত ইংৰাজী

-৭ মাৰ্চ ভকেচনেল পেপাৰ ১

-১১ মাৰ্চত মিউজিক গ্ৰুপ A

-১২ মাৰ্চত Physics, Accountancy আৰু ৰাজনীতি বিজ্ঞান

-১৩ মাৰ্চত স্বদেশ অধ্যয়ন আৰু মিউজিক গ্ৰুপ C

-১৭ মাৰ্চত Chemistry, Finance আৰু বুৰঞ্জী

-১৮ মাৰ্চত পৰিৱেশ শিক্ষা আৰু পৰিসংখ্যা

-১৯ মাৰ্চত বিহু, অৰ্থনৈতিক ভূগোল, সংস্কৃত আৰু জৈৱ প্ৰযুক্তি

-২০ মাৰ্চ ভকেচনেল পেপাৰ  ২ আৰু Home Science ,বিজনেছ মেথেমেটিকছ পৰিসংখ্।যা

-২১ মাৰ্চ মালিটি মেডিয়া আৰু ৱেব টেকনলজি, অংক

-২২ মাৰ্চত অৰ্থনীতি

-২৪ মাৰ্চত কম্পিউটাৰ বিজ্ঞঢান আৰু অনথ্ৰপলজি আৰু SOCIOLOGY

-২৫ মাৰ্চত BIOLOGY, EDUCATION, BUSSINESS STUDIES, ADV LANGUAGE, আৰৱী, পাৰ্চী, সংস্কৃত

-২৬ মাৰ্চত এন্টাৰপনাৰছিপ ডেভলপমেন্ট, ভূগোল

-২৭ মাৰ্চত লজিক আৰু ফিলছফি, মনোবিজ্ঞান আৰু মিউজিক গ্ৰুপB

-২৯ মাৰ্চত MIL, ঐচ্ছিক ইংৰাজী আৰু ফাইন আৰ্ট

শেহতীয়া প্ৰৱন্ধসমূহ